“পাৰিজাত” ৰ পিছত এইবাৰ দীক্ষুৰ কন্ঠত মুক্তি পাব আদিবাসী অৰ্থাৎ বাগানীয়া এটা সংগীত। “পাৰিজাত” ৰ দৰে এক ৰোমান্টিক নাম্বাৰে বহুল সমাদৰ লাভ কৰাৰ পিছত এইবাৰ দীক্ষুয়ে দৰ্শকক মোহিব তেওঁৰ বাগানীয়া গীতেৰে।

চলিত মাহৰ ৪ অক্টোবৰ তাৰিখে মুক্তি পাবলগীয়া এই গীতটো লিখিছে জগত মাহিশে লগতে গীতটিত সংগীত দিছে বিজয় শংকৰে।

ৰাজস্থানত শ্বুটিং সম্পন্ন হোৱা দীক্ষুৰ “পাৰিজাত” গীতটোত দৰ্শকে সোঁৱাদ লাভ কৰিছিল বলীউডৰ। গীতটিত দীক্ষুৰ সৈতে অভিনয় কৰিছিল চুমি বৰাই। তলত “পাৰিজাত” সংগীতটিৰ লিংক দিয়া হৈছেঃ
Add comment