Rupaliparda.com
স্মৃতি টোপোলাৰ পৰাঃ "গঙা চিলনীৰ পাখি"- 1

স্মৃতি টোপোলাৰ পৰাঃ “গঙা চিলনীৰ পাখি”-

লক্ষ্মীনন্দন বৰুৱাৰ “গঙা চিলনীৰ পাখি” নামৰ উপন্যাস খনৰ ওপৰত আধাৰিত; ১৯৭৬ খনত মুক্তি লাভ কৰিছিল “গঙা চিলনীৰ পাখি” নামে ছবিখন। পদুম বৰুৱাৰ কাহিনী আৰু পৰিচালনাৰে মুক্তিপ্ৰাপ্ত এই ছবিখন এখন পিছপৰা গাঁৱৰ এগৰাকী নাৰীক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছিল।

স্মৃতি টোপোলাৰ পৰাঃ "গঙা চিলনীৰ পাখি"- 2


“বাসন্তী” হৈছে ছবিখনৰ মূল চৰিত্ৰ। তেওঁৰ স্বামী “মথুৰা” ৰ মৃত্যুৰ পিছত তেওঁ নিজৰ জীৱনটো পুনৰাই জীয়াবলৈ, এখন সুখৰ সংসাৰ বিচাৰি তেওঁৰ প্ৰেম “ধনঞ্জয়” ৰ সপোন দেখিছিল। কিন্তু “ধনঞ্জয়ে” তেওঁৰ সপোন পূৰাব নোৱৰাত “বাসন্তী” য়ে অকলশৰীয়া জীৱনক গ্ৰহণ কৰি; নিষ্ঠুৰ সমাজৰ নিয়ম মানি বিধৱা সাজে জীয়াবলৈ ল’লে। এয়াই হৈছে ছবিখনৰ মূল কাহিনীভাগ।

স্মৃতি টোপোলাৰ পৰাঃ "গঙা চিলনীৰ পাখি"- 3

“গঙা চিলনীৰ পাখি” ছবিখনত অভিনয় কৰিছে বীনা বাৰুৱতী, বসন্ত শইকীয়া আৰু বসন্ত দুৱাৰাই।

স্মৃতি টোপোলাৰ পৰাঃ "গঙা চিলনীৰ পাখি"- 4


ছবিখনৰ ওপৰত আৰু অন্য বিশেষ তথ্য পোৱা হোৱা নাই।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.