Rupaliparda.com
বিদ্যাৰ জীয়ৰী চৰিত্ৰত ডংগল গাৰ্লঃ 1

বিদ্যাৰ জীয়ৰী চৰিত্ৰত ডংগল গাৰ্লঃ

ডংগল গাৰ্ল সান্যা মালহোত্ৰাক দেখিবলৈ পোৱা যাব বলীউডত নিৰ্মিত ছবি শকুন্তলা দেৱী বায়’পিকত। ছবিখনত শকুন্তলা দেৱীৰ জীয়ৰী “অনুপমা বেনাৰ্জী” ৰ চৰিত্ৰত দেখিবলৈ পোৱা যাব অভিনেত্ৰী গৰাকীক। ২০১৮ বৰ্ষত দুখনকৈ ছবিত কৰা অভিনয়ৰ যোগেৰে দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হোৱা অভিনেত্ৰী গৰাকী বিদ্যা ৱালনৰ লগত কাম কৰিবলৈ পাই উৎসাহিত হৈ পৰিছে।

বিদ্যাৰ জীয়ৰী চৰিত্ৰত ডংগল গাৰ্লঃ 2
https://www.instagram.com/p/B3Ka8vDhIfF/?utm_source=ig_web_copy_link
https://www.instagram.com/p/B3L4gs-h_nu/?utm_source=ig_web_copy_link


ইতিমধ্যে ছবিখনৰ অনুপমা বেনাৰ্জীৰ চৰিত্ৰটোৰ ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলি কৰি দিয়া হৈছ; য’ত সান্যাক অনুপমা চৰিত্ৰটোৰ সৈতে খুব ধুনীয়াকৈ খাপ খোৱা দেখিবলৈ পোৱা গৈছে। উল্লেখ্য যে, ছবিখনৰ শ্বুটিং ইতিমধ্যে লণ্ডনত আৰম্ভ কৰা হৈছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.