Rupaliparda.com
গীতাৱলীক মাতৃ ৰূপত লাভ কৰি সুখী জীয়ৰীঃ সুন্দৰ মেছেজৰ সৈতে গীতাৱলীক দিলে শুভেচ্ছা- 1

গীতাৱলীক মাতৃ ৰূপত লাভ কৰি সুখী জীয়ৰীঃ সুন্দৰ মেছেজৰ সৈতে গীতাৱলীক দিলে শুভেচ্ছা-

অসমৰ চলচিত্ৰ জগতৰ মোহময়ী অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰীৰ জন্মদিন উদযাপন। যোৰহাটত জন্মলাভ কৰা এই গৰাকী অভিনেত্ৰীয়ে অভিনয়ৰ যোগেৰে বহু দৰ্শককে নিজৰ অনুৰাগী কৰিবলৈ সক্ষম হৈছিল। অসমীয়া ছবিকে ধৰি ধাৰাবাহিক অথবা ভিচিডিত অভিনীত গীতাৱলী ৰাজকুমাৰীক ৰূপালী পৰ্দাৰ ফালৰ পৰা জনাইছো অশেষ শুভকামনা।

গীতাৱলীক মাতৃ ৰূপত লাভ কৰি সুখী জীয়ৰীঃ সুন্দৰ মেছেজৰ সৈতে গীতাৱলীক দিলে শুভেচ্ছা- 2


অন্তৰ্মূখী ব্যক্তিত্ব তথা নাটক/নৃত্যৰ সৈতে কোনোদিন জড়িত নথকা এই গৰাকী অভিনেত্ৰীয়ে নিজৰ হায়াৰ ছেকেণ্ডাৰীৰ শিক্ষা গ্ৰহণ কৰি থকা সময়ছোৱাতে পাইছিল নিজৰ প্ৰথমখন ছবি “কৃষ্ণচূড়া” ত কাম কৰাৰ সুবিধা।

গীতাৱলীক মাতৃ ৰূপত লাভ কৰি সুখী জীয়ৰীঃ সুন্দৰ মেছেজৰ সৈতে গীতাৱলীক দিলে শুভেচ্ছা- 3
https://www.instagram.com/p/B3VAbXPhudk/?utm_source=ig_web_copy_link


ইয়াৰ পিছতেই অভিনেত্ৰী গৰাকীক হিয়া দিয়া নিয়া, কইনা মোৰ ধুনীয়া, ককাদেউতাৰ ঘৰ জোঁৱাই, হেঁপাহ, হিট লিষ্ট, ত্যাগ আৰু তুলা আৰু তেজা আদি ছবিত দেখিবলৈ পোৱা গৈছিল। গীতাৱলীৰ জীয়ৰী “মানা” ই নিজ মাতৃক জন্মদিন উপলক্ষে এক সুন্দৰ মেছেজৰ সৈতে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে গীতাৱলীক নিজৰ মাতৃৰ ৰূপত পাই বহু সুখী বুলিও তেওঁ ইনষ্টাগ্ৰাম পোষ্ট যোগে লিখে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform