Rupaliparda.com
#TheBalaChallenge ৰ জ্বৰত অভিনেত্ৰী কৰীণাওঃ 1

#TheBalaChallenge ৰ জ্বৰত অভিনেত্ৰী কৰীণাওঃ

অক্ষয় কুমাৰৰ আহিবলগীয়া ছবি “হাউছফুল ৪” ৰ “শেতান কা সালা” গীতটি মুক্তি পোৱা পিছতেই চচিয়েল মিডিয়াত #TheBalaChallenge ৰ ট্ৰেণ্ড দেখিবলৈ পোৱা গৈছে। এই চেলেঞ্জটোত আছিলে উক্ত গীতটিত অক্ষয় কুমাৰে কৰা “সিগ্নেছাৰ ষ্টেপ” টো কৰি ভিডিঅ’ আপলোড কৰাৰ। বিভিন্ন দৰ্শকে এই চেলেঞ্জটো গ্ৰহণ কৰাৰ লগতে অভিনেত্ৰী কৰীণা কাপুৰেও গ্ৰহণ কৰে এই চেলেঞ্জটো।

https://www.instagram.com/p/B3d2zNDlnRD/?utm_source=ig_web_copy_link
https://www.instagram.com/p/B3XHu7qhQG9/?utm_source=ig_web_copy_link
https://www.instagram.com/p/B3Zlea4Fx0S/?utm_source=ig_web_copy_link


ইয়াৰ পিছতেই কৰীণা কাপুৰে অক্ষয় কুমাৰ, কিয়াৰা আদৱানী তথা দিলজিৎ দোসাঞ্জৰ সৈতে লগ হৈ “শেতান কা সালা” গীতটিৰ নিৰ্দ্দিষ্ট ষ্টেপটোত নৃত্য কৰে। উক্ত ভিডিঅ’টিক দৰ্শকে ইমানেই পচন্দ কৰিছে যে ভিডিঅ’টো ইতিমধ্যে ভাইৰেল হৈ পৰিছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.