Rupaliparda.com
এইবাৰ "মেঘালী" ৰে হৃদয় জিনিব নীল আকাশেঃ 1

এইবাৰ “মেঘালী” ৰে হৃদয় জিনিব নীল আকাশেঃ

“মাছলৈ গৈছিলোং”, “অ’ শকুন্তলা”, “চেনিমাই”, “তোমাৰ উশাহতে “চুমা দিয়ানা” ইত্যাদি; এই আটাইবোৰ গীত অসমৰ সৰুৰ পৰা ডাঙৰলৈ প্ৰত্যেকজন দৰ্শকৰ মুখত শুনিবলৈ পোৱা যাব। উৎসৱ, বিয়া-সবাহ আদি বিভিন্ন ঠাইত বজাবলগীয়া গীতৰ ভিতৰত অসমীয়া দৰ্শকৰ টপ টেনত থাকে এই গীতকেইটি। কষ্ট, সংগ্ৰামৰ জৰিয়তে অসমীয়া সংগীত জগতত খোজ পেলোৱা নীল আকাশৰ বৰ্তমান অনুৰাগীৰ সংখ্যা লেখত ল’বলগীয়া।

এইবাৰ "মেঘালী" ৰে হৃদয় জিনিব নীল আকাশেঃ 2


নিজ কন্ঠৰে দৰ্শকৰ হৃদয় জুৰ পেলোৱা এই গৰাকী কন্ঠশিল্পীৰ আকৌ এটা নতুন গীত “মেঘালী” মুক্তিৰ পথত। গীতটি লিখিছে ডানিছে আৰু ইয়াত সংগীত দিছে মৃন্ময় শৰ্মাই। গীতটিৰ ভিডিঅ’ পৰিচালক হৈছে শচীন বৰুৱা। গীতটিৰ বৰ্তমানেও মুকলি তাৰিখ জনোৱা হোৱা নাই।

এইবাৰ "মেঘালী" ৰে হৃদয় জিনিব নীল আকাশেঃ 3


গতিকে, আপোনাৰো যদি মন গৈছে কন্ঠশিল্পী নীল আকাশৰ কন্ঠৰ গীত শুনাৰ; তেন্তে, আপোনাৰ বাবেই তলত দিয়া হৈছে নীল আকাশৰ কেইটিমান জনপ্ৰিয় গীতৰ লিংকঃ

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.