Rupaliparda.com
মাধুৰীক চেলেঞ্জ অইন এগৰাকী বলীউড অভিনেত্ৰীৰঃ চাওঁক এই ভিডিঅ'- 1

মাধুৰীক চেলেঞ্জ অইন এগৰাকী বলীউড অভিনেত্ৰীৰঃ চাওঁক এই ভিডিঅ’-

বলীউডৰ ছবি “ডংগল” ৰ পৰা নিজৰ কেৰিয়াৰ আৰম্ভ কৰা সান্যা মালহোত্ৰাক দেখিবলৈ পোৱা গ’ল বি-টাউনৰ মোহময়ী অভিনেত্ৰী মাধুৰী দীক্ষিতৰ ৰূপত। মাধুৰীয়ে পূৰ্বতে নৃত্য প্ৰদৰ্শন কৰা “হম কো আজ কল হে” শীৰ্ষক জনপ্ৰিয় গীতটিত মাধুৰীৰ দৰেই কিছু ষ্টেপ দেখুৱাই সান্যাই এক ভিডিঅ’ আপলোড কৰে নিজ ইনষ্টাগ্ৰাম একাউন্টত।

https://www.instagram.com/p/B3mWAtHhsJv/?utm_source=ig_web_copy_link


ভিডিঅ’টি ভাইৰেল হৈ পৰাৰ লগতে ইয়াত দৰ্শকৰ কমেন্টৰো বহুল সমাৱেশ দেখিবলৈ পোৱা গৈছে।


আপোনালোকক জনাই থওঁ যে, সান্যাক আগন্তুক সময়ত বিদ্যা ৱালনৰ সৈতে “শকুন্তলা দেৱী” ছবিখনত দেখিবলৈ পোৱা যাব; য’ত সান্যাই শকুন্তলা দেৱীৰ জীয়ৰী চৰিত্ৰ ৰূপায়ন কৰিব।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.