Rupaliparda.com
"চুলবুলি" দীপলিনাৰ "ৰং-বিৰং"- 1

“চুলবুলি” দীপলিনাৰ “ৰং-বিৰং”-

এগৰাকী শান্ত-স্থিৰ তথা নম্ৰ গুণৰ ছোৱালী ৰূপে দীপলিনাক তেওঁৰ প্ৰত্যেকটো গীতত দৰ্শকে দেখিবলৈ পাইছিল। কিন্তু এইবাৰ আপুনি উপভোগ কৰিবলৈ পাব দীপলিনাৰ ৰঙিলী-ৰচকী প্ৰকৃতিটো। আৰু, এই ৰূপটো আপুনি উপভোগ কৰিবলৈ পাব “ৰং-বিৰং” শীৰ্ষক গীতটিত।

"চুলবুলি" দীপলিনাৰ "ৰং-বিৰং"- 2


২৪ ঘন্টা নৌহওঁতেই ইউটিউবত মুক্তিপ্ৰাপ্ত উক্ত গীতটিত এতিয়া ভিউৱাৰচে কৰিছে ভিৰ। “ৰং-বিৰং” ত দীপলিনাৰ নৃত্যও দেখিবলৈ পাব আপুনি। বিউতি বাইলুঙ অৰ্থাৎ চুমকি কছাৰীকে ধৰি কন্ঠশিল্পী গৰাকীয়েও গীতটিত দিছে কিছু কমেডি এফেক্ট।

"চুলবুলি" দীপলিনাৰ "ৰং-বিৰং"- 3

তলত গীতটিৰ লিংক দি দিয়া হৈছেঃ

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform