Rupaliparda.com
আদিবাসী গীত "টিটৌ বাজেলা" ত অমৃতা-কিশোৰঃ 1

আদিবাসী গীত “টিটৌ বাজেলা” ত অমৃতা-কিশোৰঃ

বিবাহৰ এমাহ সম্পূৰ্ণ নৌহওঁতেই কৰ্মব্যস্ততাত সোমাই পৰিল অমৃতা গগৈ। দেহৰ পৰা মাহ-হালধিৰ গোন্ধ আঁতৰাৰ আগতেই কৰ্মৰ সৈতে সাঙুৰ খাই পৰিলে অভিনেত্ৰী গৰাকী। গীতাঞ্জলী দাসৰ কন্ঠত মুক্তিপ্ৰাপ্ত এটি আদিবাসী গীত “টিটৌ বাজেলা” ৰ ভিডিঅ’ সংস্কৰণত অভিনয় কৰে অমৃতা গগৈ আৰু কিশোৰ দাসে।

আদিবাসী গীত "টিটৌ বাজেলা" ত অমৃতা-কিশোৰঃ 2


“টিটৌ বাজেলা” গীতটি লিখিছে লেখৰাজ নন্দাই লগতে ইয়াত সংগীত দিছে উজ্জ্বল আৰংগে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform