Rupaliparda.com
এঞ্জেলিনাতকৈ তলত পৰি ৰ'ল ছেইফৰ ছবিঃ 1

এঞ্জেলিনাতকৈ তলত পৰি ৰ’ল ছেইফৰ ছবিঃ

এইটো সপ্তাহত বস্ক অফিচত প্ৰায় ১০ খন ছবিয়ে মুক্তি লাভ কৰিলে। ইয়াৰ ভিতৰত ছেইফ আলি খান অভিনীত “লাল কপ্তান” আৰু এঞ্জেলিনা জোলী অভিনীত “মেলফিসেন্ট-মিষ্ট্ৰেস অৱ ইভিল” আছিল দুখন উল্লেখযোগ্য ছবি। কিন্তু দুইখন ছবিয়ে মুক্তিৰ দিনা নাপালে দৰ্শকৰ ইমান বেছি সঁহাৰি।

এঞ্জেলিনাতকৈ তলত পৰি ৰ'ল ছেইফৰ ছবিঃ 2


ইয়াৰ উপৰিও “মেলিফিসেন্ট” তকৈ আকৌ অধিক তলত থাকি গ’ল ছেইফ আলি খানৰ “লাল কপ্তান”।boxofficeindia.com ৰ মতে, ছেইফৰ ছবিয়ে প্ৰথম দিনা লাভ কৰিলে মুঠ ৫০ লাখ টকা আৰু এঞ্জেলিনাৰ ছবিয়ে লাভ কৰিলে প্ৰায় ৭০ লাখ টকা।

এঞ্জেলিনাতকৈ তলত পৰি ৰ'ল ছেইফৰ ছবিঃ 3


এই ছবি দুখনৰ উপৰিও “ঘোষ্ট”, “পী সে প্যাৰ এফ সে ফৰাৰ”, “গুমনামী”, “জেকলিন আই এম কামিংগ”, “জংশন ৱাৰানসী”, “লাইফ মে টাইম নহী কিসী কো”,অফিচৰ অৰ্জুন সিং আই.পী.এস আৰু “য়াৰম” ছবিয়েও মুক্তি লাভ কৰিছিল যদিও ছবি কেইখনৰ বস্ক অফিচ কালেকচন বহু নিম্ন মানৰ আছিল।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform