Rupaliparda.com
"অসমীয়া ৰাইজে বিচৰা ধৰণে আমি খাদ্যটো দিব লাগিব"- যতীন বৰা 1

“অসমীয়া ৰাইজে বিচৰা ধৰণে আমি খাদ্যটো দিব লাগিব”- যতীন বৰা

“অসমীয়া ছবিৰ ভাল দিন আহিছে”- এই শাৰীটোক বিগত কিছুদিনৰ পৰা প্ৰায় অসমীয়া প্ৰত্যেকজন ব্যক্তিয়ে ব্যৱহাৰ কৰিছে। এই সুদিন ঘূৰাই অনাত ছবি জগতৰ সমগ্ৰ কলা-কুশলীয়ে চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে। এনেক্ষেত্ৰতেই, ছবিগৃহ সমূহত মুক্তি পাবলৈ এতিয়া সাজু হৈ উঠিছে আন এখন অসমীয়া ছবি “প্ৰতিঘাত”।

"অসমীয়া ৰাইজে বিচৰা ধৰণে আমি খাদ্যটো দিব লাগিব"- যতীন বৰা 2
"অসমীয়া ৰাইজে বিচৰা ধৰণে আমি খাদ্যটো দিব লাগিব"- যতীন বৰা 3


যোৱা ২৯ অক্টোবৰ তাৰিখে “প্ৰতিঘাত” ৰ পোষ্টাৰ, টিজাৰ আৰু সংগীতৰ মুকলি সভা অনুষ্ঠিত কৰা হৈছিল; য’ত অসমীয়া কেইবা গৰাকীও গণ্য-মান্য ব্যক্তি উপস্থিত থকাৰ লগতে উপস্থিত হৈছিল মহানায়ক যতীন বৰা। অসমীয়া ছবি সন্দৰ্ভত যতীন বৰাই কি ক’লে চাওঁচোন আহক-

"অসমীয়া ৰাইজে বিচৰা ধৰণে আমি খাদ্যটো দিব লাগিব"- যতীন বৰা 4


“ৰত্নাকৰ” ৰ সফলতাই দিনক দিনেই এক নতুন শিখৰ বগাইছে। এই সফলতাত সমগ্ৰ অসমীয়া গৌৰন্বাম্বিত।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform