Rupaliparda.com
নিশিতা গোস্বামীৰ নিউ লুকঃ 1

নিশিতা গোস্বামীৰ নিউ লুকঃ

অসমীয়া চলচিত্ৰ জগতৰ মোহময়ী অভিনেত্ৰী নিশিতা গোস্বামীক দেখিবলৈ পোৱা যাব নিউ লুকত। নিজক নতুন ৰূপত উপস্থাপনৰ উদ্দেশ্যে অভিনেত্ৰী গৰাকীয়ে আনিলে এই চেঞ্জ।

নিশিতা গোস্বামীৰ নিউ লুকঃ 2


অভিনেত্ৰী নিশিতাই ইনষ্টাগ্ৰাম যোগে ফটো আপলোড কৰি তেওঁৰ নিউ লুক দৰ্শকৰ আগত দাঙি ধৰে। নিশিতাৰ এই নিউ লুকত বৰ্তমান আকৰ্ষিত তেওঁৰ অনুৰাগী। অভিনয়ৰ লগতে নিজৰ হাঁহিমুখীয়া স্বভাৱৰ জৰিয়তে দৰ্শকৰ হৃদয় জিনা এই অভিনেত্ৰী গৰাকী অসমীয়া প্ৰায় সকলো দৰ্শকৰে মৰমৰ। সেইবাবেই হয়টো তেওঁ কোনো ফটো অথবা ভিডিঅ’ আপলোড কৰা লগে লগেই তাত বিভিন্ন জনৰ উৎসাহী কমেন্ট দেখিবলৈ পোৱা যায়।

View this post on Instagram

Trying new look… For a change

A post shared by Nishita Goswami (@nishitagoswami01) on


যোৱা কিছুদিন পূৰ্বে মুক্তি প্ৰাপ্ত ছবি “ৰত্নাকৰ” ত অভিনেত্ৰী গৰাকীয়ে কৰা অভিনয়ে দৰ্শকক বাৰুকৈয়ে আকৰ্ষিত কৰিছিল।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform