Rupaliparda.com
অনুৰোধৰ পিছতহে কিয় গা লৰে চৰকাৰৰ? নিপন গোস্বামীৰ অনুৰোধৰ পূৰ্বেই কিয় অহা নাছিল চৰকাৰ?? 1

অনুৰোধৰ পিছতহে কিয় গা লৰে চৰকাৰৰ? নিপন গোস্বামীৰ অনুৰোধৰ পূৰ্বেই কিয় অহা নাছিল চৰকাৰ??

চলিত মাহৰ ৩০ তাৰিখে ৰূপালী পৰ্দা তথা অসমৰ অইন এক ব্যক্তিগত সংবাদ মাধ্যমত নিপন গোস্বামীৰ অসুস্থতাৰ বাতৰি প্ৰকাশ কৰা হৈছিল। অভিনেতা গৰাকীয়ে নিজেই চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সহায় লাভ কৰা নাই বুলি মন্তব্য প্ৰদান কৰিছিল সংবাদ মাধ্যমত।

অনুৰোধৰ পিছতহে কিয় গা লৰে চৰকাৰৰ? নিপন গোস্বামীৰ অনুৰোধৰ পূৰ্বেই কিয় অহা নাছিল চৰকাৰ?? 2


এনে বাতৰি প্ৰকাশৰ পিছতেই ৰাজ্য চৰকাৰৰ ফালৰ পৰা অভিনেতা গৰাকীলৈ আগবঢ়োৱা হয় প্ৰায় ৫০ হাজাৰ টকাৰ সাহাৰ্য্য। চৰকাৰৰ তথ্য আৰু জনসংযোগৰ দ্বাৰা প্ৰকাশিত এক প্ৰেছ বিজ্ঞপ্তিত এই কথা প্ৰকাশ কৰা হয়।

অনুৰোধৰ পিছতহে কিয় গা লৰে চৰকাৰৰ? নিপন গোস্বামীৰ অনুৰোধৰ পূৰ্বেই কিয় অহা নাছিল চৰকাৰ?? 3


কিন্তু এই খিনিতে প্ৰশ্ন হয়, অসমীয়া চিনেমাক উচ্চ স্থানত লৈ যোৱা এনেধৰণৰ বিশিষ্ট অভিনেতাই কিয় বাৰে বাৰে অনুৰোধ কৰিবলগীয়া হয় চৰকাৰক? অনুৰোধৰ পূৰ্বেই কিয় আগবাঢ়ি নাহে ৰাজ্য চৰকাৰ?

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.