Rupaliparda.com
ভিলেইনক লৈ ৰাইজৰ মৰমঃ চাওঁক এই ভিডিঅ'- 1

ভিলেইনক লৈ ৰাইজৰ মৰমঃ চাওঁক এই ভিডিঅ’-

এগৰাকী অভিনেতা/অভিনেত্ৰী অথবা এজন শিল্পীৰ বাবে আটাইতকৈ ভাল লগা বস্তু কি হ’ব পাৰে বাৰু?? তেওঁক লৈ থকা অনুৰাগীৰ মৰম, ভালপোৱা নিশ্চয়। কাৰণ এগৰাকী শিল্পী তেতিয়াহে সফল হ’ব পাৰে যেতিয়া তেওঁ ৰাইজৰ ভালপোৱা ল’ব পাৰে।

ভিলেইনক লৈ ৰাইজৰ মৰমঃ চাওঁক এই ভিডিঅ'- 2


এনেক্ষেত্ৰতে,এখন ধাৰাবাহিকৰ ভিলেইনক ৰাইজে দিছে যথেষ্ট মৰম। ৰীল লাইফত থকা অভিনেত্ৰীগৰাকীৰ কঠোৰতাই কিন্তু ৰিয়েল লাইফত আঁতৰাব পৰা নাই তেওঁক লৈ থকা ৰাইজৰ মৰম। এখন মাত্ৰ ফটো উঠাৰ বাবে হেতা-ওপৰা কৰিছে সাধাৰণ ৰাইজে। কিন্তু কোন বাৰু এই অভিনেত্ৰী গৰাকী?? চাওঁক এই ভিডিঅ”-


এয়া হৈছে অভিনেত্ৰী কৰৱী শৰ্মা ওৰফে আপোনালোকৰ মল্লিকা বৰুৱা। ৰং চেনেলত প্ৰচাৰিত “তোমাৰ মৰমে মোক” ধাৰাবাহিক খনত কৰা অভিনয়ৰ যোগেৰে অভিনেত্ৰী গৰাকীয়ে ইতিমধ্যে বহু দৰ্শকৰে মন জয় কৰিবলৈ সক্ষম হৈছে।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.