Rupaliparda.com
কাজিৰঙালৈ অভিনেত্ৰী আইমী বৰুৱাঃ 1

কাজিৰঙালৈ অভিনেত্ৰী আইমী বৰুৱাঃ

কাজিৰঙা ফুৰিছে এগৰাকী অসমীয়া অভিনেত্ৰীয়ে। পুত্ৰ-কন্যা তথা মাতৃ- শাহু মাৰ সৈতে হাতীৰ পিঠিত উঠি কাজিৰঙাৰ দৃশ্যৰ সোঁৱাদ লৈছে আইমী বৰুৱাই। অভিনয় ক্ষেত্ৰ খনৰ লগতেই আইমীয়ে নিজ চচিয়েল মিডিয়াতো প্ৰায় আপডেট কৰা দেখিবলৈ পোৱা যায়। পৰিয়ালৰ সৈতে কটোৱা সময়ৰ বিভিন্ন ফটো আপলোড কৰি দৰ্শকক আকৰ্ষিত কৰি ৰাখে অভিনেত্ৰী গৰাকীয়ে।

https://www.instagram.com/p/B4oa17Shs0I/?utm_source=ig_web_copy_link


এইখিনিতে, আপোনালোকক জনাই থওঁ যে, আইমী বৰুৱা বৰ্তমান ব্যস্ত হৈ আছে তেওঁৰ আহিবলগীয়া ছবি “যাযাবৰ” ৰ শ্বুটিঙত। ভূপেন হাজৰিকাৰ জীৱনৰ ওপৰত কেন্দ্ৰ কৰি নিৰ্মিত কৰা এই ছবিখন।

কাজিৰঙালৈ অভিনেত্ৰী আইমী বৰুৱাঃ 2

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.