ইখন-সিখনকৈ এইটো বছৰতে মুক্তি লাভ কৰিবলৈ সাজু হৈছে কেইবাখনো অসমীয়া ছবি। এনে ছবিসমূহৰ শাৰীতেই থিয় হৈছে এখন অসমীয়া ছবি “ইপাৰ-সিপাৰ”। সাধাৰণ যদিও এক তত্ত্বগধুৰ কাহিনী/চিত্ৰনাট্যৰে নিৰ্মিত এই ছবিখনৰ পৰিচালনা প্ৰণৱজ্যোতি ভৰালীৰ।

যোৱা কালি অৰ্থাৎ নৱেম্বৰ ১২ তাৰিখে জ্যোতি চিত্ৰৱনত ছবিখনৰ বিশেষ প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয়। এই বিশেষ প্ৰদৰ্শনীত উপস্থিত থাকে অসমীয়া ছবি জগতৰ সৈতে জড়িত কেইবাগৰাকীও গণ্য মান্য বিশিষ্ট ব্যক্তি; ক্ৰমে জে.পি দাস, জয়ন্ত ভাগৱতী, দেৱজিৎ মজুমদাৰ, চন্দ্ৰ মুদৈ ইত্যাদি।

উপস্থিত জনপ্ৰিয় অভিনেতা জয়ন্ত ভাগৱতীয়ে ছবিখনক চাই লৈ কি মন্তব্য কৰিলে চাওঁচোন আহকঃ
Add comment