Rupaliparda.com
"ইপাৰ-সিপাৰ" ৰ বিশেষ দৰ্শনীঃ কিন্তু উপস্থিত নাছিল ছবিখনৰ দুই মুখ্য চৰিত্ৰঃ 1

“ইপাৰ-সিপাৰ” ৰ বিশেষ দৰ্শনীঃ কিন্তু উপস্থিত নাছিল ছবিখনৰ দুই মুখ্য চৰিত্ৰঃ

নৱেম্বৰৰ ১৩ তাৰিখে অৰ্থাৎ যোৱা কালি জ্যোতি চিত্ৰৱনত অনুষ্ঠিত কৰা হয় অসমীয়া আগন্তুক ছবি “ইপাৰ-সিপাৰ” ৰ বিশেষ প্ৰদৰ্শনী। অসমীয়া শিল্পী জগতৰ বিভিন্ন জন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ছবিখনৰ প্ৰদৰ্শনী অনুষ্ঠানত।

"ইপাৰ-সিপাৰ" ৰ বিশেষ দৰ্শনীঃ কিন্তু উপস্থিত নাছিল ছবিখনৰ দুই মুখ্য চৰিত্ৰঃ 2


পৰিচালক প্ৰণৱজ্যোতি ভৰালীয়ে ছবিখনক লৈ আশাবাদী বুলি মন্তব্য কৰে। এইখিনিতে উল্লেখ্য যে, “ইপাৰ-সিপাৰ” ছবিখনত দুটি মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছিল দুগৰাকী জনপ্ৰিয় অসমীয়া শিল্পী ক্ৰমে অমৃতা গগৈ আৰু উদয়ন দুৱৰাই। কিন্তু, কালি দুইগৰাকীৰ অনুপস্থিতিত সাংবাদিকৰ প্ৰশ্নত পৰিচালক প্ৰণৱজ্যোতি ভৰালীয়ে কি ক’লে চাওঁচোন আহকঃ


“ইপাৰ-সিপাৰ” ত এটি নিগেটিভ চৰিত্ৰ ৰূপায়ন কৰিছে অভিনেতা চাজুৱে,চিনেমাখনক তেওঁ কি ক’লে চাওঁচোন আহকঃ

অহা ১৫ নৱেম্বৰ তাৰিখে অসমৰ প্ৰায় চিত্ৰগৃহত মুক্তি দিয় হ’ব ছবি “ইপাৰ-সিপাৰ”।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform