Rupaliparda.com
পুনৰবাৰ শৈশৱৰ দিনলৈ উভতিছে অভিনেত্ৰী আইমী বৰুৱাঃ 1

পুনৰবাৰ শৈশৱৰ দিনলৈ উভতিছে অভিনেত্ৰী আইমী বৰুৱাঃ

১৪ নৱেম্বৰৰ আজিৰ এই দিনটো সমগ্ৰ দেশতে শিশু দিৱস হিচাপে পালন কৰা হয়। শিশু সমূহৰ বাবেই এই বিশেষ দিনটো হ’লেও আছলতে প্ৰত্যেকজন ব্যক্তিৰ মনতেই এক শিশুসুলভ স্বভাৱ, কোমলতা থাকেই।

https://www.instagram.com/p/B41h6gChhdO/?utm_source=ig_web_copy_link


এই কোমলতা তথা শিশুৰ সেই পুৰণি দিনবোৰলৈ ভাবি নষ্টালজিক হৈ পৰিছে এগৰাকী অসমীয়া অভিনেত্ৰী। মেখেলা-ছাদৰ পিন্ধি, মূৰত দুই বেনি গুঠি স্কুললৈ যোৱা সেই দিনবোৰলৈ উভতি গৈছে অসমীয়া জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱা। চচিয়েল মিডিয়াত তেওঁৰ এই ফটোৱে এতিয়া দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈ পৰিছে দৰ্শকৰ।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.