Rupaliparda.com
মুক্তি পালে "গুড ন্যুজ" ৰ ফাৰ্ষ্ট লুক পোষ্টাৰঃ 1

মুক্তি পালে “গুড ন্যুজ” ৰ ফাৰ্ষ্ট লুক পোষ্টাৰঃ

যোৱা কিছু দিন আগৰ পৰাই অক্ষয় কুমাৰ আৰু কৰীণা কাপুৰৰ ছবি “গুড ন্যুজ” য়ে চৰ্চা লাভ কৰি আহিছিল। আজি অৰ্থাৎ ১৪ নৱেম্বৰ তাৰিখে ছবিখনৰ ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলি কৰি দিয়া হৈছে। মাতৃ হ’ব ওলোৱা দুইগৰাকী নাৰীৰ মাজত অভিনেতা অক্ষয় কুমাৰ আবদ্ধ হৈ থকা দেখিবলৈ পোৱা গৈছে।

https://www.instagram.com/p/B41R5pGn8bR/?utm_source=ig_web_copy_link
মুক্তি পালে "গুড ন্যুজ" ৰ ফাৰ্ষ্ট লুক পোষ্টাৰঃ 2
মুক্তি পালে "গুড ন্যুজ" ৰ ফাৰ্ষ্ট লুক পোষ্টাৰঃ 3


অভিনেতা অক্ষয় কুমাৰে চচিয়েল মিডিয়া যোগে এই পোষ্টাৰ খন আপলোড কৰে আৰু লগতে ছবিখনৰ মুক্তিৰ তাৰিখো দৰ্শকক জানিবলৈ দিয়ে। অহা ২৭ ডিচেম্বৰ তাৰিখে ছবিখনে মুক্তি লাভ কৰিব। ছবিখনত অক্ষয়, কৰীণা আৰু কিয়াৰাৰ বাহিৰে দিলজিৎ দোসাঞ্জেও মূখ্য চৰিত্ৰত অভিনয় কৰিছে।

Add comment

Leave a Reply

Most popular