Rupaliparda.com
পদপথৰ শিশুৰ "শিশু দিৱস" উদযাপনঃ অনুৰাধাত চালে "ৰত্নাকৰ"- 1

পদপথৰ শিশুৰ “শিশু দিৱস” উদযাপনঃ অনুৰাধাত চালে “ৰত্নাকৰ”-

শিশু দিৱস উপলক্ষে গুৱাহাটী স্থিত অনুৰাধা চিত্ৰগৃহই ল’লে এক প্ৰশংসনীয় পদক্ষেপ। প্ৰত্যেক বছৰৰ দৰে এইবছৰো ছবিগৃহৰ কৰ্তৃপক্ষই আয়োজন কৰিলে এক বিশেষ অনুষ্ঠান। প্ৰায় ৫০০ টা পদপথৰ আৰু শ্লাম এলেকাৰ শিশুক আনি চিত্ৰগৃহত তেওঁলোকে দেখুৱালে কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত ছবি “ৰত্নাকৰ”।

পদপথৰ শিশুৰ "শিশু দিৱস" উদযাপনঃ অনুৰাধাত চালে "ৰত্নাকৰ"- 2


চিত্ৰগৃহত শিশু সমূহৰ লগতে উপস্থিত আছিল “ৰত্নাকৰ” ছবিখনৰ প্ৰযোজক নন্দিতা শৰ্মা। অনুৰাধাত উপস্থিত শিশুসমূহৰ মুখত হাঁহি বিৰিঙা দেখিবলৈ পোৱা গৈছিল। সকলোৱে মাত্ৰ এটাই কথা ক’লে যে “তেওঁলোকৰ ভাল লাগিছে”। চাওঁক এই ভিডিঅ’:

Add comment

Leave a Reply