Rupaliparda.com
প্ৰায় যুৱতীৰ হৃদয়ত ৰাজত্ব কৰা কন্ঠশিল্পী নীল আকাশৰ জন্মদিনঃ 1

প্ৰায় যুৱতীৰ হৃদয়ত ৰাজত্ব কৰা কন্ঠশিল্পী নীল আকাশৰ জন্মদিনঃ

“মাছলৈ গৈছিলোং”, “অ’ শকুন্তলা”, “চেনিমাই”, “তোমাৰ উশাহতে “চুমা দিয়ানা” শীৰ্ষক গীতসমূহ; এই আটাইবোৰ গীত অসমৰ সৰুৰ পৰা ডাঙৰলৈ প্ৰত্যেকজন দৰ্শকৰ মুখত শুনিবলৈ পোৱা যাব। উৎসৱ, বিয়া-সবাহ আদি বিভিন্ন ঠাইত হয়টো অসমীয়া দৰ্শকৰ টপ টেনত থাকে এই গীতকেইটি। কষ্ট, সংগ্ৰামৰ জৰিয়তে অসমীয়া সংগীত জগতত খোজ পেলোৱা নীল আকাশৰ বৰ্তমান অনুৰাগীৰ সংখ্যা লেখত ল’বলগীয়া।

প্ৰায় যুৱতীৰ হৃদয়ত ৰাজত্ব কৰা কন্ঠশিল্পী নীল আকাশৰ জন্মদিনঃ 2


নিজ কন্ঠৰে দৰ্শকৰ হৃদয় জুৰ পেলোৱা এই গৰাকী কন্ঠশিল্পীৰ জন্মদিনৰ দিনা আমি ৰূপালীপৰ্দাৰ সমূহ কৰ্মকতাই তেওঁক জনাইছো জন্মদিনৰ অশেষ শুভকামনা।

প্ৰায় যুৱতীৰ হৃদয়ত ৰাজত্ব কৰা কন্ঠশিল্পী নীল আকাশৰ জন্মদিনঃ 3


নীল আকাশৰ জন্মদিনৰ দিনা আমি আপোনাৰ বাবে লৈ আনিছো কেইটিমান তেওঁৰ কন্ঠৰ জনপ্ৰিয় গীত। তলত এই গীতসমূহৰ লিংক দি দিয়া হৈছে; য’ত ক্লিক কৰাৰ লগে লগেই আপুনি শুনিবলৈ পাব নীল আকাশৰ গীতসমূহঃ

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.