Rupaliparda.com
পূৰ্বতকৈ আগবাঢ়িল "শুভ মংগল জ্যাদা সাৱধান" ৰ মুক্তিৰ তাৰিখঃ 1

পূৰ্বতকৈ আগবাঢ়িল “শুভ মংগল জ্যাদা সাৱধান” ৰ মুক্তিৰ তাৰিখঃ

একেৰাহে ৬ খনকৈ ছবিৰ সফল মুক্তিয়ে বৰ্তমান আয়ূসমান খুৰানাক বলীউডত এক উচ্চ স্থানত ৰাখিবলৈ সক্ষম হৈছে। ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত এই গৰাকী অভিনেতাৰ “বালা” ছবিখনেও বস্ক অফিচত ভাল কালেচকন কৰা দেখিবলৈ পোৱা গৈছে।

পূৰ্বতকৈ আগবাঢ়িল "শুভ মংগল জ্যাদা সাৱধান" ৰ মুক্তিৰ তাৰিখঃ 2


আয়ূসমান খুৰানা এতিয়া ব্যস্ত হৈ পৰিছে তেওঁৰ আহিবলগীয়া ছবি “শুভ মংগল জ্যাদা সাৱধান” ৰ শ্বুটিঙত। অভিনেতা গৰাকীয়ে ছবিখনৰ ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলি কৰি দিয়াৰ লগতে ছবিখনৰ মুক্তিৰ তাৰিখো দৰ্শকক জানিবলৈ দিয়ে।

https://www.instagram.com/p/B439MlFgtVJ/?utm_source=ig_web_copy_link


২০২০ চনৰ ২১ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰিব উক্ত ছবিখনে। হিতেশ কেবল্যৰ পৰিচালনাত নিৰ্মিত এই ছবিখন “হ’মচেক্সুৱেলিটী” ৰ কাহিনীৰ ওপৰত আধাৰিত।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.