Rupaliparda.com
অনুৰাগ বসুৰ নতুন ছবিঃ দেখিবলৈ পাব নতুন যুঁটি 1

অনুৰাগ বসুৰ নতুন ছবিঃ দেখিবলৈ পাব নতুন যুঁটি

অভিষেক বচ্চন, ৰাজকুমাৰ ৰাওঁ, ফাতিমা সানা শেষ আদিৰ দৰে জনপ্ৰিয় তাৰকাৰ লগতে অনুৰাগ বসুৰ আগন্তুক ছবিত থাকিব সান্যা মালহোত্ৰা আৰু আদিত্য ৰয় কাপুৰ। ছবিখনত সান্যা আৰু আদিত্যয়ো অভিনয় কৰিব বুলি কিছু সময় পূৰ্বে দৰ্শকে জানিবলৈ পায়। ইয়াৰ উপৰিও ছবিখনত অভিনয কৰিব পংকজ ত্ৰিপাঠীয়ে।

https://www.instagram.com/p/Bt8ZqL6nMkQ/?utm_source=ig_embed


অভিনেতা ৰাজকুমাৰ ৰাওঁয়ে নিজ চচিয়েল মিডিয়াত এখন ফটো আপলোড কৰিছিল য’ত তেওঁ কেপছন দিছিল “বহুত সোনকালেই আপোনালোকৰ সমুখলৈ আহিম; তেতিয়ালৈ চাওঁক এই মূহুৰ্ত”। বহু লোকে এই ছবিখন “লাইফ ইন মেট্ৰো” ৰ চিকুৱেল বুলিও মন্তব্য কৰে।

1 comment

Leave a Reply

Most popular