বহু প্ৰত্যাশিত ছবি “আমিষ”-এ অহা কালি অৰ্থাৎ নৱেম্বৰ ২২ তাৰিখে ঘৰুৱা দৰ্শকৰ ওচৰত মুক্তি লাভ কৰিব। ছবিখনে ইতিমধ্যে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বহু চলচিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈ লাভ কৰিছে দৰ্শকৰ সমাদৰ। ছবিখনক লৈ কেৱল মাত্ৰ পৰিচালক, অভিনেতা-অভিনেত্ৰীয়ে নহয়; বলীউডৰো কেইবাগৰাকীও বিশিষ্ট ব্যক্তি “আমিষ” ক লৈ আশাবাদী।

“আমিষ” ৰ ইনষ্টাগ্ৰাম পেজত ছবি জগতৰ সৈতে জড়িত বিভিন্নজন গণ্য-মান্য ব্যক্তিয়ে নিজৰ মন্তব্য প্ৰদান কৰা এক ভিডিঅ’ আপলোড কৰা হৈছে। চাওঁক এই ভিডিঅ’ –

“কাঞ্চনজংঘা”, “ৰত্নাকৰ” ৰ বহুল সফলতাৰ পিছত এইবাৰ দৰ্শক উৎসাহী হৈ পৰিছে “আমিষ” ক লৈ।
Add comment