Rupaliparda.com
কোনটো চিত্ৰগৃহত কোন সময়ত মুক্তি পাব "আমিষ"?? 1

কোনটো চিত্ৰগৃহত কোন সময়ত মুক্তি পাব “আমিষ”??

জুবিন গাৰ্গ, যতীন বৰা নহয় এইবাৰ ৰাইজ সাজু “আমিষ” ৰ বাবে। ইতিমধ্যে ছবি নিৰ্মাতা সকলে আগবঢ়াইছে অসমৰ কোনটো ছবিগৃহত কোন সময়ত মুক্তি লাভ কৰিব ভাস্কৰ হাজৰিকাৰ দ্বাৰা পৰিচালিত ছবি “আমিষ”। চাওঁক এই তালিকাঃ

কোনটো চিত্ৰগৃহত কোন সময়ত মুক্তি পাব "আমিষ"?? 2
কোনটো চিত্ৰগৃহত কোন সময়ত মুক্তি পাব "আমিষ"?? 3
কোনটো চিত্ৰগৃহত কোন সময়ত মুক্তি পাব "আমিষ"?? 4
কোনটো চিত্ৰগৃহত কোন সময়ত মুক্তি পাব "আমিষ"?? 5


ভাস্কৰ হাজৰিকাৰ দ্বাৰা পৰিচালিত এই ছবিখনত দেখিবলৈ পোৱা যাব এক ভয়ানক প্ৰেম কাহিনীৰ লগতে দুখন ন-মুখ। বিভিন্ন খাদ্যৰ প্ৰতি থকা দূৰ্বলতা তথা মাংসৰ প্ৰতি থকা আকৰ্ষণৰ ফলত কেনেদৰে এহাল যুৱক-যুৱতী পৰস্পৰে পৰস্পৰৰ কাষ চাপে তাকেই দেখুওৱা হ’ব উক্ত ছবিখনত। “আমিষ” ত অভিনয় কৰিছে নিতালী দাস, সাগৰ সৌৰভ আৰু মানস কুমাৰ দাসে।

কোনটো চিত্ৰগৃহত কোন সময়ত মুক্তি পাব "আমিষ"?? 6


অহা কাইলৈ বিভিন্ন চিত্ৰগৃহত মুক্তি পাবলগীয়া ছবিখনক লৈ বৰ্তমান আশাবাদী ছবিখনৰ নিৰ্মাতা সকলৰ লগতে দৰ্শক সকলো।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform