Rupaliparda.com
ক্ৰিকেট ফিল্ডত "চিস্কৰ" লগাই প্ৰশংসা লাভ অভিনেতা শ্বাহিদৰঃ 1

ক্ৰিকেট ফিল্ডত “চিস্কৰ” লগাই প্ৰশংসা লাভ অভিনেতা শ্বাহিদৰঃ

শ্বাহিদ কাপুৰৰ পূৰ্বৰ ছবি “কৱীৰ সিং” হৈছে ২০১৯ বৰ্ষৰ এখন সৰ্বশ্ৰেষ্ঠ চুপাৰহিট ছবি। ছবিখনত শ্বাহিদ কাপুৰৰ অভিনয়ে দৰ্শকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল। আকৌ এবাৰ শ্বাহিদ ব্যস্ত হৈ পৰিছে তেওঁৰ আহিবলগীয়া ছবি “জৰ্সী” ৰ বাবে।

ক্ৰিকেট ফিল্ডত "চিস্কৰ" লগাই প্ৰশংসা লাভ অভিনেতা শ্বাহিদৰঃ 2


এই ছবিখন শ্বুটিঙৰ পূৰ্বেই অভিনেতা শ্বাহিদ কাপুৰে ক্ৰিকেটৰ ট্ৰেইনিং লোৱা দেখিবলৈ পোৱা গৈছে। ইনষ্টাগ্ৰাম যোগে অভিনেতা গৰাকীয়ে এটা ভিডিঅ’য়ো আপলোড কৰে য’ত তেওঁ ফিল্ডত “চিস্কৰ” লগাই থকা দেখিবলৈ পোৱা গৈছে।

View this post on Instagram

#jersey #prep

A post shared by Shahid Kapoor (@shahidkapoor) on


তেলেগু একে নামৰ ছবিৰ ৰিমেক এই ছবিখনত এগৰাকী পুৰুষৰ কাহিনী দেখুওৱা হ’ব য’ত তেওঁ ৩০ বছৰ বয়সত ভাৰতীয় ক্ৰিকেট টীমত অন্তৰ্ভূক্তিৰ বাবে পৰিশ্ৰম কৰে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.