Rupaliparda.com
"ওৱণ্ডাৰ চিষ্টাৰচ" ৰ কন্ঠত এইবাৰ "বাবৰি বাবৰি"- 1

“ওৱণ্ডাৰ চিষ্টাৰচ” ৰ কন্ঠত এইবাৰ “বাবৰি বাবৰি”-

“চেৰেক চেৰেক” শীৰ্ষক গীতটিৰ বহুল সফলতাৰ পিছত এইবাৰ দুই ভগ্নী ৰূপাংকৃতা আৰু অলংকৃতা আগবাঢ়িছে তেওঁলোকৰ আন এটি গীত “বাবৰি বাবৰি” ৰ মুক্তিৰ দিশে। দুয়ো ভগ্নীয়ে ইতিমধ্যে নিজ নিজ ইনষ্টাগ্ৰামৰ দ্বাৰা তেওঁলোকৰ আহিবলগীয়া গীতটিৰ বিভিন্ন ধৰণে আগজাননী দি দৰ্শকক আকৰ্ষিত কৰি ৰাখিছিল। দৰ্শকৰ এনে উৎসাহ তথা আকৰ্ষণৰ প্ৰতি লক্ষ্য ৰাখিয়ে “ওৱণ্ডাৰ চিষ্টাৰচ”-এ কিছু সময় পূৰ্বে ঘোষণা কৰিলে উক্ত গীতটিৰ মুক্তিৰ তাৰিখ।

https://www.instagram.com/p/B5VjcPdBRIE/?utm_source=ig_web_copy_link


অহা ২৯ নৱেম্বৰ তাৰিখে মুক্তি পাবলগীয়া এই গীতটিৰ ভিডিঅ’ ত ৰূপাংকৃতা-অলংকৃতাৰ লগতে অভিনয় কৰিছে অভিনেতা কিশোৰ দাস আৰু নিৰোপম শইকীয়াই।

View this post on Instagram

Just 2days to go for Babori Babori ❤️

A post shared by Rupankrita Kalita (@rupankrita) on


তলত তেওঁলোকৰ পূৰ্বৰ গীত “চেৰেক চেৰেক” ৰ লিংক দি দিয়া হৈছেঃ

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform