Rupaliparda.com

ৰাকেশৰ স্কুটাৰত এইবাৰ বহিব বৰষাঃ

ৰাকেশ ৰিয়ানে নিজ কন্ঠৰে দৰ্শকৰ হৃদয় জিনাৰ উপৰিও গীতৰ ভিডিঅ’ৰেও দৰ্শকক আকৰ্ষণ কৰাৰ চেষ্টা কন্ঠশিল্পী গৰাকীৰ। কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত গীত “চিকমিক বিজুলী” ত ৰাকেশৰ সৈতে অভিনয় কৰিছিল জনপ্ৰিয় অভিনত্ৰী মুনমী ফুকনে; আৰু পুনৰ বাৰ তেওঁৰ আহিবলগীয়া গীতেৰে দৰ্শকক বহল হাৰত আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে।

View this post on Instagram

#BAJAJ_SCOOTER #30nov2019

A post shared by RAKESH REEYAN (@rakesh_reeyan_) on


কন্ঠশিল্পী গৰাকীৰ আহিবলগীয়া গীত “বাজাজ স্কুটাৰ” ক লৈ তেওঁ দীৰ্ঘদিনৰ পৰাই দৰ্শকক হিন্ট দি আছিল আৰু অৱশেষত আকৌ এবাৰ ৰাকেশ ৰিয়ানে তেওঁৰ আহিবলগীয়া উক্ত গীতটিৰ ভিডিঅ’ ত কোন অভিনেত্ৰী থাকিব তাৰ হিন্ট দিছে দৰ্শকক। চাওঁক এই ফটোঃ

ৰাকেশৰ স্কুটাৰত এইবাৰ বহিব বৰষাঃ 1


ফটোখন চাই নিশ্চয় আপোনালোকে গম পাইছে অভিনেত্ৰী গৰাকী কোন? হয়, এইবাৰ ৰাকেশ ৰিয়ানৰ সৈতে বৰষা ৰাণী বিষয়াক চাবলৈ অপেক্ষাৰত দুয়োজন শিল্পীৰে অনুৰাগীসকল।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform