Rupaliparda.com
পাপন-নীতিৰ কন্ঠত নতুন ৰূপত "প্যাৰ কা নাগমা হে"- 1

পাপন-নীতিৰ কন্ঠত নতুন ৰূপত “প্যাৰ কা নাগমা হে”-

৭০-৮০ দশকত যেনেদৰে অসমীয়া চলচিত্ৰ নাইবা মুক্তি প্ৰাপ্ত কেইবাটাও গীতে দৰ্শকৰ হৃদয়ত বাস কৰিছিল ঠিক তেনেদৰে বলীউডতো সেইটো সময়ত মুক্তিপ্ৰাপ্ত প্ৰায় প্ৰত্যকটো গীত অথবা ছবি বৰ্তমানেও দৰ্শকৰ হৃদয়ত আছে। এই গীতসমূহে এতিয়াও দৰ্শকক আকৰ্ষিত কৰি ৰাখিছে।

https://www.instagram.com/p/B5XY72tjZr-/?utm_source=ig_web_copy_link


এনে গীতসমূহৰ ভিতৰতেই উল্লেখযোগ্য আছিল “এক প্যাৰ কা নাগমা হে” শীৰ্ষক গীতটি। “Shor” ছবিখনত অন্তৰ্ভূক্ত এই জনপ্ৰিয় গীতটিক এইবাৰ নতুন ৰূপত উপস্থাপন কৰিছে অসম সন্তান অংগৰাগ পাপন মহন্ত আৰু বলীউডৰ জনপ্ৰিয় কন্ঠশিল্পী নীতি মোহনে।

https://www.instagram.com/p/B5XQ5Y4Bobe/?utm_source=ig_web_copy_link
https://www.instagram.com/p/B5ZyGV7Bvac/?utm_source=ig_web_copy_link


এমেজন প্ৰাইম মিউজিকৰ নিবেদন “Carvaan Lounge” ৰ চিজন ১ ত এই গীতটিক নতুন ৰূপত উপস্থাপন কৰিছে শিল্পীদ্বয়ে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform