Rupaliparda.com
কৃতি সেনন হ'ব সঞ্জয় দত্তৰ ৩০৯ নম্বৰীয়া গাৰ্লফ্ৰেণ্ডঃ 1

কৃতি সেনন হ’ব সঞ্জয় দত্তৰ ৩০৯ নম্বৰীয়া গাৰ্লফ্ৰেণ্ডঃ

অহা ৬ ডিচেম্বৰত মুক্তি পাবলগীয়া বলীউড ছবি “পানীপত” ত সঞ্জয় দত্তই “অহমদ শাহ অব্দালী” ৰ চৰিত্ৰ ৰূপায়ন কৰিব। অভিনেতা গৰাকীৰ এই চৰিত্ৰটোৱে বৰ্তমান উৎসাহিতও কৰিছে বহু দৰ্শকক। এনে ক্ষেত্ৰতে, অভিনেতা সঞ্জয় দত্তই ছবিখনৰ প্ৰমোচন উদ্দেশ্যে এটা কমেডী শ্ব’ ত উপস্থিত হৈ বিভিন্ন কথা ব্যক্ত কৰে।

কৃতি সেনন হ'ব সঞ্জয় দত্তৰ ৩০৯ নম্বৰীয়া গাৰ্লফ্ৰেণ্ডঃ 2


উক্ত শ্ব’টোত অভিনেতা গৰাকীক নিজৰ “গাৰ্লফ্ৰেণ্ডচ” বোৰৰ বিষয়ে সোধা হৈছিল; যিটো বিষয়ক লৈ তথা সঞ্জয় দত্তৰ ওপৰত আগতেই বলীউডত এখন বায়’পিক নিৰ্মিত কৰা হৈছে। “গাৰ্লফ্ৰেণ্ড” ৰ কথা উলিওৱাত সঞ্জয় দত্তই কয় যে, “গাৰ্লফেণ্ডৰ এই লিষ্টখন আৰু দীঘলীয়া কৰিব লাগিব যিহেতু মোৰ জীৱনটো দীঘলীয়া”।

কৃতি সেনন হ'ব সঞ্জয় দত্তৰ ৩০৯ নম্বৰীয়া গাৰ্লফ্ৰেণ্ডঃ 3


ইয়াৰ লগতে, অভিনেতা গৰাকীয়ে নিজৰ ৩০৯ নং গাৰ্লফ্ৰেণ্ডজনী কৃতি সেননক বনাব বিচাৰে বুলিও মত পোষণ কৰে। “পানীপত” ছবিখনত সহঃ অভিনেত্ৰী হিচাপে থকা কৃতি সেননৰ অভিনয়ৰ দ্বাৰ প্ৰভাৱিত হৈ অভিনেতা গৰাকীয়ে এই কথা কয়।

কৃতি সেনন হ'ব সঞ্জয় দত্তৰ ৩০৯ নম্বৰীয়া গাৰ্লফ্ৰেণ্ডঃ 4


এতিয়া, উক্ত কথাটো ওপৰত দৰ্শক তথা কৃতি সেননে কি মন্তব্য কৰিব সেয়া হ’ব লক্ষণীয়।

1 comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.