Rupaliparda.com
ভৃগুৰ সৈতে আহি পালেহি "মণি বৌ"- 1

ভৃগুৰ সৈতে আহি পালেহি “মণি বৌ”-

গান্ধীনগৰৰ অটো’ৱালাৰে দৰ্শকৰে হৃদয় জিনা কন্ঠশিল্পী ভৃগু কাশ্যপৰ কন্ঠত মুক্তিপ্ৰাপ্ত ইটোৰ পিছত সিটো গীতে এতিয়া সৰ্বাধিক হাৰত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে।


কন্ঠশিল্পী গৰাকীৰ এইটো বৰ্ষতে মুক্তি প্ৰাপ্ত “ৰামধেনু” তথা “লাজে লাজে” ৰ সফলতাৰ পিছত তেওঁৰ নতুন প্ৰজেক্ট “মণি বৌ” য়ে ইতিমধ্যে মুক্তি লাভ কৰিছে। উল্লেখ্য যে, উক্ত গীতটি মুক্তিৰ পূৰ্বেই ই টিক-টক লগতে চচিয়েল মিডিয়াত জনপ্ৰিয় হৈ উঠিছিল। “মণি বৌ” গীতটি লিখিছে সুনীত গগৈয়ে লগতে ইয়াত সংগীত দিছে পলাশ গগৈয়ে। ইয়াৰ উপৰিও, গীতটিত যুঁটীয়াভাৱে কন্ঠদান কৰিছে ভৃগুৰ সৈতে পাপৰি গগৈয়ে।

Add comment

Leave a Reply

Most popular