Rupaliparda.com
ৰোমান্টিক গীত "মই পগলা" ৰ সৈতে বৰ্ণালী কলিতাঃ 1

ৰোমান্টিক গীত “মই পগলা” ৰ সৈতে বৰ্ণালী কলিতাঃ

অসমীয়া সংগীত জগতত এনে কিছু কন্ঠশিল্পী আছে যাৰ কন্ঠত প্ৰত্যেক ধৰণৰ গীত শুনিয়ে শ্ৰোতাই আমোদ লাভ কৰে। এনে কন্ঠশিল্পী সমূহৰ ভিতৰত উল্লেখযোগ্য এগৰাকী হৈছে বৰ্ণালী কলিতা। ৰোমান্টিক গীতৰ ক্ষেত্ৰতো তেওঁ অসমীয়া শ্ৰোতাৰ হৃদয়ত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে।

ৰোমান্টিক গীত "মই পগলা" ৰ সৈতে বৰ্ণালী কলিতাঃ 2


এনেক্ষেত্ৰতে, আকৌ এবাৰ বৰ্ণালীয়ে নিজৰ কন্ঠত মুক্তি দিছে আন এটি ৰোমান্টিক গীত “মই পগলা”। কিছু সময় পূৰ্বে মুক্তি প্ৰাপ্ত এই গীতটি ইতিমধ্যে শ্ৰোতাৰ মাজত জনপ্ৰিয় হৈ উঠিছে। উক্ত গীতটি লিখিছে ৰাজেশ ধেমাজিয়ে লগতে ইয়াত সংগীত পৰাণ বৰকটকীৰ।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.