Rupaliparda.com
বাপা আহমেদৰ পৰিচালনাৰে এইবাৰ "বান্ধোন"- 1

বাপা আহমেদৰ পৰিচালনাৰে এইবাৰ “বান্ধোন”-

“বিধাতা” ৰ পিছত বাপা আহমেদৰ পৰিচালনাৰে আকৌ এবাৰ টেলিভিছন পৰ্দালৈ আহি আছে ধাৰাবাহিক “বান্ধোন”। ধাৰাবাহিকখনত কেইবাটাও জনপ্ৰিয় চৰিত্ৰক একেলগে দেখিবলৈ পোৱা যাব।

View this post on Instagram

Bandhun..coming soon on rang channel

A post shared by Gitawali Rajkumari official (@gitawalirajkumari) on


ৰং চেনেলত সম্প্ৰচাৰিত হ’বলগীয়া এই ধাৰাবাহিকখনৰ বিষয়ে দীৰ্ঘদিনৰ পৰাই চচিয়েল মিডিয়াত অভিনেত্ৰী গীতাৱলীকে ধৰি মুনমী কলিতা, তথা অনন্যা কাশ্যপে আপডেট সমূহ দৰ্শকক দি আহিছিল। ইতিমধ্যে “বান্ধোন” ৰ ট্ৰেইলাৰ মুক্তি দিয়া হৈছে। ইয়াৰ লগতে, ধাৰাবাহিক খনত কিশোৰ দাস, দেৱাশীষ বৰঠাকুৰ, ৰুমা কলিতা, নিলীম দত্ত আদি জনপ্ৰিয় শিল্পীয়েও অভিনয় কৰিছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform