Rupaliparda.com
বাপা আহমেদৰ পৰিচালনাৰে এইবাৰ "বান্ধোন"- 1

বাপা আহমেদৰ পৰিচালনাৰে এইবাৰ “বান্ধোন”-

“বিধাতা” ৰ পিছত বাপা আহমেদৰ পৰিচালনাৰে আকৌ এবাৰ টেলিভিছন পৰ্দালৈ আহি আছে ধাৰাবাহিক “বান্ধোন”। ধাৰাবাহিকখনত কেইবাটাও জনপ্ৰিয় চৰিত্ৰক একেলগে দেখিবলৈ পোৱা যাব।

View this post on Instagram

Bandhun..coming soon on rang channel

A post shared by Gitawali Rajkumari official (@gitawalirajkumari) on


ৰং চেনেলত সম্প্ৰচাৰিত হ’বলগীয়া এই ধাৰাবাহিকখনৰ বিষয়ে দীৰ্ঘদিনৰ পৰাই চচিয়েল মিডিয়াত অভিনেত্ৰী গীতাৱলীকে ধৰি মুনমী কলিতা, তথা অনন্যা কাশ্যপে আপডেট সমূহ দৰ্শকক দি আহিছিল। ইতিমধ্যে “বান্ধোন” ৰ ট্ৰেইলাৰ মুক্তি দিয়া হৈছে। ইয়াৰ লগতে, ধাৰাবাহিক খনত কিশোৰ দাস, দেৱাশীষ বৰঠাকুৰ, ৰুমা কলিতা, নিলীম দত্ত আদি জনপ্ৰিয় শিল্পীয়েও অভিনয় কৰিছে।

Add comment

Your Header Sidebar area is currently empty. Hurry up and add some widgets.