বৰগীতকে ধৰি অসমীয়া প্ৰায় প্ৰত্যেকটো ধৰণৰ গীততে কন্ঠদান কৰা কন্ঠশিল্পী অংগৰাগ পাপন মহন্ত কেৱল মাত্ৰ অসমৰে নহয় সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবেই গৌৰৱ। মুম্বাই প্ৰতিষ্ঠিত অসম সন্তান পাপনে প্ৰায় হিন্দী চিনেমাৰ গীতত কন্ঠদান কৰি ইতিমধ্যে অসমক তেওঁ গৌৰন্বাৱিত কৰি তুলিছে।

কিন্তু,এইবাৰ অসমীয়া-হিন্দী নহয়; আপোনালোকে শুনিবলৈ পাব তেওঁৰ এটা পাঞ্জাৱী গীত। যোৱা ৫ ডিচেম্বৰ তাৰিখে মুক্তিপ্ৰাপ্ত এই গীতটি ইতিমধ্যে ইউটিউবত ট্ৰেণ্ডিং হোৱাৰ লগতে ভিডিঅ’টোত ২ লাখতকৈও অধিক ভিউৱাৰচ দেখিবলৈ পোৱা গৈছে।
Add comment