প্ৰায় ১০ বছৰৰ অন্তত বলীউডলৈ আহি আছে অভিনেত্ৰী সুস্মিতা সেন। তেওঁ ছবিসমূহৰ পৰা আঁতৰি আছিল যদিও চচিয়েল মিডিয়া যোগে নিজৰ অনুৰাগী সকলৰ মাজত ফটো তথা কিছু ব্যক্তিগত কথাও ব্যক্ত কৰি আহিছে।

ঠিক তেনেদৰে, এইবাৰো পূৰ্ব মিছ ইউনিভাৰ্ছ ও অভিনেত্ৰী সুস্মিতা সেনে বলীউডলৈ অহা কথা ব্যক্ত কৰাৰ লগতে নিজ অনুৰাগী সকলক যোৱা দহটা বৰ্ষ অপেক্ষা কৰাৰ বাবে ধন্যবাদো জনায়।
Add comment