Rupaliparda.com
ভ্ৰাম্যমাণৰ কলা-কুশলীৰ লগতে কন্ঠশিল্পী ঋতৃষাৰ CAB বিৰোধিতাঃ 1

ভ্ৰাম্যমাণৰ কলা-কুশলীৰ লগতে কন্ঠশিল্পী ঋতৃষাৰ CAB বিৰোধিতাঃ

অসমীয়া ছবি জগতৰ সৈতে জড়িত বিভিন্ন জনৰ লগতে এইবাৰ ভ্ৰাম্যমাণ থিয়েটাৰৰো সমূহ কলা-কুশলী বিৰোধিতা কৰিছে নাগৰিকত্ব সংশোধনী বিধায়কৰ। ৫৬ টা বছৰে থিয়েটাৰ খনে নিজৰ বৰ্ণিল যাত্ৰা সম্পূৰ্ণ কৰাত অসমীয়া জাতিয়ে সহায় কৰাৰ লগতে ভ্ৰাম্যমাণ থিয়েটাৰ অসমীয়া জাতিৰ স্বাভিমান বুলিও এক পত্ৰযোগে জনায় “সদৌ অসম ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক সন্থা”ই।

ভ্ৰাম্যমাণৰ কলা-কুশলীৰ লগতে কন্ঠশিল্পী ঋতৃষাৰ CAB বিৰোধিতাঃ 2


ইয়াৰ উপৰিও কন্ঠশিল্পী ঋতৃষা শৰ্মাইও মুম্বাইস্থিত অসমবাসী আৱেদন জনাইছে “নাগৰিকত্ব সংশোধনী বিধেয়কৰ” বিৰোধিতাত আগবাঢ়ি আহিবলৈ।

Add comment

Leave a Reply