Rupaliparda.com
"কা" ক উদ্দেশ্যি শিল্পীৰ হুংকাৰঃ 1

“কা” ক উদ্দেশ্যি শিল্পীৰ হুংকাৰঃ

বিগত ৬ দিন ধৰি ইন্টাৰনেট সেৱাৰ পৰা বঞ্চিত হৈ পৰিছিল অসমবাসী। ইয়াৰ মাজতে অসম চৰকাৰে জাৰি কৰিছিল সান্ধ্য আইন। নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাত ঠায়ে ঠায়ে প্ৰতিবাদত নামিছিল অসংখ্য সাধাৰণ লোককে ধৰি শিল্পী, কলা-কুশলী।

https://www.instagram.com/p/B575T7ABqaG/?utm_source=ig_web_copy_link
https://www.instagram.com/p/B57-g73hOff/?utm_source=ig_web_copy_link


মুম্বাই প্ৰতিষ্ঠিত অসমীয়া শিল্পী ক্ৰমে জয় বৰুৱা, অংগৰাগ পাপন মহন্ত, ঋতৃষা শৰ্মাকে ধৰি পৰিচালক জাহ্নু বৰুৱাও নামি পৰিছিল এই প্ৰতিবাদত। চচিয়েল মিডিয়াত শিল্পী সমূহে এই বিধেয়ক খনৰ বিৰোধিতাত আপলোড কৰা বিভিন্ন ফটো তথা পোষ্ট সমূহ চাওঁচোন আহকঃ

https://www.instagram.com/p/B6JRfHLgy39/?utm_source=ig_web_copy_link

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.