Rupaliparda.com
কৰ্মৰ মাজতেই এইবাৰ বৰষা ৰাণীৰ "কা" বিৰোধী পোষ্টঃ 1

কৰ্মৰ মাজতেই এইবাৰ বৰষা ৰাণীৰ “কা” বিৰোধী পোষ্টঃ

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাত কিছু দিনপূৰ্বে এক সংগ্ৰামী পৰিৱেশ বিৰাজ কৰিছিল গুৱাহাটী মহানগৰীত। গুৱাহাটীত হোৱা শিল্পীৰ গণ আন্দোলনৰ আহ্বান কৰাৰ লগতে সমগ্ৰ জনতাক একগোট কৰি এই আন্দোলনত আগ-ভাগ লৈছিল অভিনেত্ৰী বৰষাৰাণী বিষয়াই।

https://www.instagram.com/p/B6kPMAOhSVb/?utm_source=ig_web_copy_link
কৰ্মৰ মাজতেই এইবাৰ বৰষা ৰাণীৰ "কা" বিৰোধী পোষ্টঃ 2


কিন্তু কৰ্মৰ মাজতেই “কা” বিৰোধী পোষ্ট কৰিলে অভিনেত্ৰী গৰাকীয়ে। জাতিৰ উৰ্দ্ধত একো নাই বুলি কোৱাৰ লগতে অভিনেত্ৰী গৰাকীয়ে প্ৰতিবাদ অব্যাহত থাকিব বুলিও মন্তব্য কৰে। উল্লেখ্য যে, বৰ্তমান অভিনেত্ৰী বৰষা ৰাণী বিষয়া ব্যস্ত হৈ পৰিছে ৰাকেশ ৰিয়ানৰ আহিবলগীয়া গীথ “বাজাজ স্কুটাৰ” ৰ ভিডিঅ’ শ্বুটিঙক লৈ।

1 comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.