Rupaliparda.com

মুক্তি লাভ কৰিছে গীতালীৰ “ঘপককৈ”-

মুক্তি লাভ কৰিছে গীতালী কলিতাৰ কন্ঠৰ গীত “ঘপককৈ”। বিগত কেইবাদিন ধৰি তেওঁ “গীতটিক” উদ্দেশ্যি বিভিন্ন পোষ্ট চচিয়েল মিডিয়া যোগে দি আহিছে। কন্ঠশিল্পী গৰাকীয়ে প্ৰায়ে তেওঁৰ অনুৰাগীক গীতটিৰ কিছু ফটোৰে মনোৰঞ্জন কৰোৱাই ৰাখিছিল।

মুক্তি লাভ কৰিছে গীতালীৰ "ঘপককৈ"- 1


গীতটিত গীতালীৰ সৈতে ভিডিঅ’টোত অভিনয় কৰিছে জুনজুন, অশ্বিনী, প্ৰতিভা, কুকিল আৰু শ্বিবাৰণে। “ঘপপকৈ” লিখিছে সুনীত গগৈয়ে লগতে ইয়াত সংগীত বিজয় শংকৰৰ। গীতটিত শব্দ সংমিশ্ৰণ কৰিছে দিগন্ত বৰদলৈয়ে। তলত উপভোগ কৰক এই গীতটিঃ

Add comment

Leave a Reply