Rupaliparda.com
দিগন্ত ভাৰতীৰ গীতৰ ৩০ টা বৰ্ষৰ পূৰ্তিত অনুষ্ঠিত সংগীতানুষ্ঠানৰ এক অংশঃ 1

দিগন্ত ভাৰতীৰ গীতৰ ৩০ টা বৰ্ষৰ পূৰ্তিত অনুষ্ঠিত সংগীতানুষ্ঠানৰ এক অংশঃ

অসমীয়া সংগীত ক্ষেত্ৰখনত বিগত ৩০ টা বছৰৰ পৰা দিগন্ত ভাৰতীয়ে বিভিন্ন অৱদান আগবঢ়াইছে। একাধাৰে কন্ঠশিল্পী, লিখক, গীতিকাৰ, সুৰকাৰ আৰু সংগীত পৰিচালক দিগন্ত ভাৰতীৰ ৩০ টা বৰ্ষৰ এই ৰঙীণ যাত্ৰাক কেন্দ্ৰ কৰিয়েই তেওঁৰ ন-পূৰণি শিক্ষাৰ্থীয়ে চলিত মাহৰ ৪ তাৰিখে এখন সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰাৰ লগতে এই প্ৰতিযোগিতাখনৰ সৈতে সংগতি ৰাখিয়ে এখন সংগীতানুষ্ঠানৰ আয়োজন কৰিছিল।

দিগন্ত ভাৰতীৰ গীতৰ ৩০ টা বৰ্ষৰ পূৰ্তিত অনুষ্ঠিত সংগীতানুষ্ঠানৰ এক অংশঃ 2


যোৱা কালি অৰ্থাৎ ৯ জানুৱাৰী তাৰিখে গুৱাহাটীস্থিত ৰাজ্যিক পুথিভঁৰালত অনুষ্ঠিত কৰা হয় “গানৰ দিন” শীৰ্ষক এই সংগীতানুষ্ঠানৰ। তাত উপস্থিত থকা নৱ প্ৰজন্মৰ কন্ঠশিল্পীবোৰে দিগন্ত ভাৰতীক উদ্দেশ্যি সকলোৱে কন্ঠদান কৰা গীতৰ এক ভিডিঅ’ তলত চাওঁকঃ

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.