Rupaliparda.com
"কা" উদ্দেশ্যি মনৰ কথা ব্যক্ত কৰিলে কন্ঠশিল্পী প্ৰিয়ংকাইঃ 1

“কা” উদ্দেশ্যি মনৰ কথা ব্যক্ত কৰিলে কন্ঠশিল্পী প্ৰিয়ংকাইঃ

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বৰ্তমানেও ৰাজ্যত অব্যাহত আছে বিভিন্ন প্ৰতিবাদ। বিভিন্ন সময়ত এই প্ৰতিবাদসমূহে এক অন্য ৰূপ লোৱাও দেখিবলৈ পোৱা গৈছে। বিগত দিনত এই আন্দোলনৰ সৈতে ব্যস্ত হৈ পৰিছিল কেইবাগৰাকীও শিল্পী তথা কলা-কুশলী।

"কা" উদ্দেশ্যি মনৰ কথা ব্যক্ত কৰিলে কন্ঠশিল্পী প্ৰিয়ংকাইঃ 2

শেহতীয়াকৈ, “কা” ক উদ্দেশ্যিয়ে দুলীয়াজানত একাংশ শিল্পী,অভিনেতা-অভিনেত্ৰীক আছু সহিতে ৩০ টা সংগঠনে নিষিদ্ধ কৰিছিল। “কা” বিৰোধী প্ৰতিবাদত অংশগ্ৰহণ নকৰাৰ বাবেই নিষিদ্ধ কৰা হৈছিল এওঁলোকক। এই নিষিদ্ধ কৰা শিল্পীৰ মাজত অন্তৰ্ভূক্ত আছিল কন্ঠশিল্পী প্ৰিয়ংকা ভৰালীও।

"কা" উদ্দেশ্যি মনৰ কথা ব্যক্ত কৰিলে কন্ঠশিল্পী প্ৰিয়ংকাইঃ 3
"কা" উদ্দেশ্যি মনৰ কথা ব্যক্ত কৰিলে কন্ঠশিল্পী প্ৰিয়ংকাইঃ 4


এইবাবেই কন্ঠশিল্পী গৰাকীয়ে এই পোষ্ট যোগে তেওঁৰ মনৰ কথা ব্যক্ত কৰে। নিজ ফেচবুক পেজত দিয়া পোষ্টৰ জৰিয়তে তেওঁ নিজৰ মনৰ কথা ব্যক্ত কৰে।

1 comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.