Rupaliparda.com
দুদিনীয়া কাৰ্যসূচীৰে টংলাত "কলাগুৰু সংগীত মহোৎসৱ"- জনসাধাৰণক উপস্থিত থকাৰ আহ্বান জুবিনৰঃ 1

দুদিনীয়া কাৰ্যসূচীৰে টংলাত “কলাগুৰু সংগীত মহোৎসৱ”- জনসাধাৰণক উপস্থিত থকাৰ আহ্বান জুবিনৰঃ

আগন্তুক ৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰী তাৰিখে মুঠ দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে “কলাগুৰু সংগীত মহোৎসৱ”।বিগত তিনিটা বৰ্ষৰ দৰেই ওদালগুৰি টংলা জিলাস্থিত টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হ’ব এই মহোৎসৱখন। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন আৰু জুবিন গাৰ্গ ফেন ক্লাৱৰ দ্বাৰা আয়োজিত এই অনুষ্ঠানত বিভিন্ন গীত-মাত, নৃত্যৰ লগতে জাতীয় কৃষ্টি-সংস্কৃতিৰ বিষয়েও আলোচনা কৰা হ’ব।

দুদিনীয়া কাৰ্যসূচীৰে টংলাত "কলাগুৰু সংগীত মহোৎসৱ"- জনসাধাৰণক উপস্থিত থকাৰ আহ্বান জুবিনৰঃ 2
দুদিনীয়া কাৰ্যসূচীৰে টংলাত "কলাগুৰু সংগীত মহোৎসৱ"- জনসাধাৰণক উপস্থিত থকাৰ আহ্বান জুবিনৰঃ 3
দুদিনীয়া কাৰ্যসূচীৰে টংলাত "কলাগুৰু সংগীত মহোৎসৱ"- জনসাধাৰণক উপস্থিত থকাৰ আহ্বান জুবিনৰঃ 4


কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্মদিনত মহান শিল্পী গৰাকীক স্মৰণ কৰি আয়োজিত “কলাগুৰু সংগীত মহোৎসৱ” ত সকলো জনসাধাৰণক উপস্থিত থকাৰ আহ্বান জনায় কলাগুৰু আৰ্টিষ্ট ফাউণ্ডশ্যনৰ সভাপতি তথা যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে।

1 comment

Leave a Reply