Rupaliparda.com
"গ গোৱা গন" ৰ দ্বিতীয় সংস্কৰণ থাকিবনে ছেইফ আলি খান?? 1

“গ গোৱা গন” ৰ দ্বিতীয় সংস্কৰণ থাকিবনে ছেইফ আলি খান??

ৰাজ নিদীমোৰুৰ নিৰ্দেশনাত নিৰ্মিত ছবি “গ গোৱা গন” ৰ দ্বিতীয়টো সংস্কৰণে মুক্তি লাভ কৰাৰ যো-জা কৰি থকা হৈছে। ইতিমধ্যে ছবিখনৰ স্ক্ৰীপ্টৰ কাম চলি থকা হৈছে। ছবিখনৰ প্ৰযোজক দিনেশ বিজন আৰু ছবিখনৰ মূখ্য চৰিত্ৰত অভিনীত ছেইফ আলি খান বন্ধু আছিল যদিও দুয়োৰে এই বন্ধুত্ব ছবিখন মুক্তিৰ কিছুদিন পিছতেই বিচ্ছেদ হয়। ফলত, এতিয়া ছবিখনৰ দ্বিতীয়টো সংস্কৰণত ছেইফ আলি খান থাকিবনে নাই সেয়া এতিয়াও এক প্ৰশ্ন।

"গ গোৱা গন" ৰ দ্বিতীয় সংস্কৰণ থাকিবনে ছেইফ আলি খান?? 2


ছবিখনৰ সৈতে জড়িত কিছু সুত্ৰই কয় যে,”গ গোৱা গন” ৰ এইবাৰৰ কাহিনীভাগ পূৰ্বৰ তুলনাত অধিক ৰোমাঞ্চক হ’ব লগতে ইয়াৰ চিকুৱেল মনোগ্ৰাহী হ’ব।

"গ গোৱা গন" ৰ দ্বিতীয় সংস্কৰণ থাকিবনে ছেইফ আলি খান?? 3
"গ গোৱা গন" ৰ দ্বিতীয় সংস্কৰণ থাকিবনে ছেইফ আলি খান?? 4


“গ গোৱা গন” ৰ প্ৰথমভাগত অভিনয় কৰিছিল ছেইফ আলি খানৰ লগতে বীৰ দাস, পূজা গুপ্তা আৰু কুণাল খেমুয়ে।

1 comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.