Rupaliparda.com
ভৃগু-ৰাকেশক ক্ষমা খুজিলে চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাই 1

ভৃগু-ৰাকেশক ক্ষমা খুজিলে চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাই

উত্তৰ-পূৰ্বাঞ্চলত চলি থকা “কা” বিৰোধী প্ৰতিবাদে বৰ্তমানেও সাম কটা নাই। মাঘৰ মেজিৰ কাষত বহিও বিভিন্ন জনে “কা” বিৰোধী প্ৰতিবাদেৰে বিহু উদযাপন কৰা দেখিবলৈ পোৱা গৈছে। এই প্ৰতিবাদ সমূহত জনসাধাৰণৰ সৈতে খোজত খোজ মিলাই আগবাঢ়ি গৈছিল অসমৰ শিল্পী সমাজো। এই শিল্পী সমাজৰ মাজৰ কেইবাগৰাকীয়ে “কা” বিৰোধী প্ৰতিবাদত অংশগ্ৰহণ নকৰাৰ দাবীত তেওঁলোকক বিভিন্ন ঠাইৰ ছাত্ৰ সন্থা সমূহে বিহু মঞ্চৰ পৰা বহিষ্কাৰ কৰে।

ভৃগু-ৰাকেশক ক্ষমা খুজিলে চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাই 2
ভৃগু-ৰাকেশক ক্ষমা খুজিলে চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাই 3


ইয়াৰ ফলতেই, যোৱা কিছু দিন পূৰ্বে কন্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে এই সন্দৰ্ভত নিজ স্পষ্টীকৰণ চচিয়েল মিডিয়া যোগে জনসাধাৰণৰ আগত পোষ্ট কৰে। উল্লেখ্য যে, এনে বহিষ্কাৰ কৰা শিল্পী সমূহৰ মাজত ৰাকেশ ৰিয়ান আৰু ভৃগু কাশ্যপকো অন্তৰ্ভূক্ত কৰা হৈছিল।

View this post on Instagram

Thanks for the Clarifications Brother #joiaaiaxom

A post shared by Vreegu Kashyap (@vreegu_kaxyap) on

ভৃগু-ৰাকেশক ক্ষমা খুজিলে চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাই 4


কিন্তু, চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাই তেওঁলোকৰ মন্তব্যত ভুল হোৱা বুলি এক পোষ্ট যোগে দৰ্শকক জানিবলৈ দিয়ে আৰু ভৃগু-ৰাকেশৰ আগত ক্ষমা বিচাৰে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.