Rupaliparda.com
অভিনেত্ৰী গীতাৱলীৰ অতীত ৰোমন্থনঃ 1

অভিনেত্ৰী গীতাৱলীৰ অতীত ৰোমন্থনঃ

অসমীয়া জনপ্ৰিয় অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰীৰ অতীত ৰোমন্থন। কেইবাখনো অসমীয়া ছবি তথা ভিচিডি আৰু ধাৰাবাহিকত অভিনীত এই গৰাকী অভিনেত্ৰীৰ অভিনয়ৰ লগতে তেওঁৰ সৌন্দৰ্যৰো অনুৰাগী যথেষ্ট জন। “হিয়া দিয়া নিয়া”, “ককাদেউতাৰ ঘৰ জোঁৱাই” আদি ছবিসমূহো বৰ্তমানেও অসমীয়া দৰ্শকৰ মনত স্থায়িত্ব লাভ কৰিছে।

অভিনেত্ৰী গীতাৱলীৰ অতীত ৰোমন্থনঃ 2


গতিকে, এনেক্ষেত্ৰতে অভিনেত্ৰী গৰাকীয়ে চচিয়েল মিডিয়াত দিয়া তেওঁৰ পূৰ্বৰ দুখন ফটো এতিয়া ভাইৰেল হৈ পৰিছে। পূৰ্বৰ ফটো দেখি উৎসাহিতও হৈ পৰিছে তেওঁৰ অনুৰাগী সকল।

https://www.instagram.com/p/B7bdrPVhlMk/?utm_source=ig_web_copy_link
View this post on Instagram

A pic-1998

A post shared by Gitawali Rajkumari official (@gitawalirajkumari) on

উল্লেখ্য যে, চলিত মাহৰ ২০ জানুৱাৰীৰ পৰা ৰং চেনেল যোগে সম্প্ৰচাৰিত হ’বলগীয়া ধাৰাবাহিক “বান্ধোন” ত দেখিবলৈ পোৱা যাব গীতাৱলী ৰাজকুমাৰীক।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform