Rupaliparda.com
মুক্তি পাবলৈ সাজু আচুৰ্য্যৰ কন্ঠৰে "অভিমান এনেকুৱাই"- 1

মুক্তি পাবলৈ সাজু আচুৰ্য্যৰ কন্ঠৰে “অভিমান এনেকুৱাই”-

আকৌ এবাৰ আচুৰ্য্য বৰপাত্ৰৰ আগন্তুক গীতটিয়ে উৎসাহিত কৰি তুলিছে তেওঁৰ অনুৰাগী সকলক। “তৰালি ২০২০” ত অন্তৰ্ভূক্ত এটি গীতে ইতিমধ্যে শ্ৰোতাক আকৰ্ষিত কৰিছিল। ইউটিউবত মুক্তিপ্ৰাপ্ত “বেয়া পালে নেকি?” শীৰ্ষক গীতটোৰ লিৰিকেল ভিডিঅ’টোত ভিউবাৰচৰ সংখ্যাই বুজাই দিব আপোনাক আচুৰ্য্য বৰপাত্ৰৰ অনুৰাগীৰ সংখ্যা।


আচুৰ্য্য বৰপাত্ৰৰ প্ৰত্যেকটো গীতৰ জনপ্ৰিয়তা আপোনালোকক নক’লেও হয়টো আপোনালোকে বুজি পায়। এই গৰাকী কন্ঠশিল্পীয়ে তেওঁৰ আগন্তুক গীত সমূহক লৈ চচিয়েল মিডিয়া যোগে বিভিন্ন পোষ্ট কৰি দৰ্শকক আগজাননী দি ৰাখে। এইবাৰ মুক্তি পাবলৈ সাজু হৈছে আচুৰ্য্যৰ কন্ঠৰে “অভিমান এনেকুৱাই”।

মুক্তি পাবলৈ সাজু আচুৰ্য্যৰ কন্ঠৰে "অভিমান এনেকুৱাই"- 2


কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত “বেয়া পালে নেকি?” শীৰ্ষক গীতটো আকৌ এবাৰ শুনোচোন আহকঃ

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.