Rupaliparda.com
"মই যেনে চৰিত্ৰ ৰূপায়ন কৰিব লাগে; তেনে লোকৰ সৈতে মত বিনিময় কৰা চেষ্টা কৰো"- আয়ূসমান খুৰানা 1

“মই যেনে চৰিত্ৰ ৰূপায়ন কৰিব লাগে; তেনে লোকৰ সৈতে মত বিনিময় কৰা চেষ্টা কৰো”- আয়ূসমান খুৰানা

বলীউডৰ “হিট মেছিন” খ্যাত আয়ূসমান খুৰানাৰ আগন্তুক ছবি “শুভ মংগল জ্যাদা সাৱধান” মুক্তিৰ পূৰ্বেই আকৌ এবাৰ দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। ছবিখনত আয়ূসমানে এজন “গে” ৰ চৰিত্ৰ ৰূপায়ন কৰিছে। উক্ত চৰিত্ৰটোৰ বিষয়ে আয়ূসমানে সকলোৰে লগত কথা পতাৰ লগতে ছবিখনৰ বিষয়েও কিছু কথা ব্যক্ত কৰে।

"মই যেনে চৰিত্ৰ ৰূপায়ন কৰিব লাগে; তেনে লোকৰ সৈতে মত বিনিময় কৰা চেষ্টা কৰো"- আয়ূসমান খুৰানা 2
"মই যেনে চৰিত্ৰ ৰূপায়ন কৰিব লাগে; তেনে লোকৰ সৈতে মত বিনিময় কৰা চেষ্টা কৰো"- আয়ূসমান খুৰানা 3


ছবিখনত থকা এখন স্ক্ৰীপ্ট যথেষ্ট গুৰুত্বপূৰ্ণ বুলি কোৱাৰ লগতে তেওঁ কয় যে লিখাটো কোনোধৰণৰ সহজ কাম নহয়;কিন্তু ইয়াক সকলোৱে সহজ বুলি ধাৰণা কৰে। অভিনেতা-অভিনেত্ৰী সমূহটো পুতলাহে; যেনেদৰে স্ক্ৰীপ্টত লিখা থাকে ঠিক তেনেদৰে অভিনয় কৰিব লাগে অভিনেতা-অভিনেত্ৰীয়ে।

"মই যেনে চৰিত্ৰ ৰূপায়ন কৰিব লাগে; তেনে লোকৰ সৈতে মত বিনিময় কৰা চেষ্টা কৰো"- আয়ূসমান খুৰানা 4


আনহাতে, “শুভ মংগল জ্যাদা সাৱধান” ত থকা চৰিত্ৰটোৰ বিষয়ে অভিনেতাগৰাকীয়ে কয় যে, ” মই যেনেকুৱা চৰিত্ৰ ৰূপায়ন কৰিবলগীয়া হয় ঠিক তেনে লোকৰ সৈতেই মই কথা-বতৰা পতাৰ চেষ্টা কৰো। মই টেক্সি ড্ৰাইভাৰ এজনৰ পৰা চাহ বিক্ৰী কৰা লোক এজনলৈ কথা পাতো। ইয়াৰ দ্বাৰা মই তেওঁলোকৰ কথা জনাই নহয় তেওঁলোকে বস্তুবোৰক কেনেদৰে লক্ষ্য কৰে মই জানিব পাৰো। মই মোৰ আহিবলগীয়া ছবিৰ চৰিত্ৰটোৰ বাবে ( LGBTQ Community) এলজীবীটিক্যু কমিউনিটিৰ লোকৰ সৈতে কথা পাতিছিলো।”

1 comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.