Rupaliparda.com
ভালপোৱা ৰঙেৰে ৰাঙলী কৰিবলৈ, অশান্ত হৃদয়ত প্ৰেমৰ গীতাৰ বজাবলৈ আহি আছে "Let's Talk About Love" 1

ভালপোৱা ৰঙেৰে ৰাঙলী কৰিবলৈ, অশান্ত হৃদয়ত প্ৰেমৰ গীতাৰ বজাবলৈ আহি আছে “Let’s Talk About Love”

শুকান হৃদয়ত প্ৰেমৰ গীতাৰ বজাই আহিবলৈ সাজু হৈছে ফাগুন মাহ। অশান্ত সাধাৰণজন ও অশান্ত হৃদয়ৰ মাজত এক প্ৰেমময় বাৰ্তা কঢ়িয়াই আনে এই ফাগুনৰ বতাহ জাকে। পলাশৰ ৰঙেৰে উপচি পৰে এই অভিমানী ভালপোৱা বোৰ। এই সময়তে দৰ্শকৰ মনত এক সুন্দৰ ৰং ঢালিবলৈ আহি আছে জনপ্ৰিয় কন্ঠশিল্পী তৰালি শৰ্মাৰ বহু প্ৰত্যাশিত অনুষ্ঠান “Let’s Talk About Love”।

ভালপোৱা ৰঙেৰে ৰাঙলী কৰিবলৈ, অশান্ত হৃদয়ত প্ৰেমৰ গীতাৰ বজাবলৈ আহি আছে "Let's Talk About Love" 2
ভালপোৱা ৰঙেৰে ৰাঙলী কৰিবলৈ, অশান্ত হৃদয়ত প্ৰেমৰ গীতাৰ বজাবলৈ আহি আছে "Let's Talk About Love" 3


চলিত মাহৰ ১০ ফেব্ৰুৱাৰী তাৰিখৰ পৰা আৰম্ভ হ’বলগীয়া এই অনুষ্ঠানটোৱে মুক্তিৰ পূৰ্বেই উৎসাহিত কৰি তুলিছে কন্ঠশিল্পী গৰাকীৰ অনুৰাগী সকলক। প্ৰত্যেকটো সময়ত অশান্ত হৈ থকা মন সমূহৰ মাজত এক ভালপোৱাৰ ৰং সিঁচিবলৈ চেষ্টা কৰা হ’ব এই অনুষ্ঠানটোৰ দ্বাৰা।

1 comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.