Rupaliparda.com
৬৫ তম "ফিল্মফেয়াৰ এৱাৰ্ড" ৰ থকা নমিনীৰ তালিকা বাহিৰঃ 1

৬৫ তম “ফিল্মফেয়াৰ এৱাৰ্ড” ৰ থকা নমিনীৰ তালিকা বাহিৰঃ

বিগত ৬ টা বছৰৰ পিছত মুম্বাইৰ পৰা ওলাই পোনপ্ৰথমবাৰৰ বাবে ফিল্মফেয়াৰ এৱাৰ্ড অনুষ্ঠিত হ’ব গুৱাহাটীত। ইতিমধ্যে ৬৫তম ফিল্মফেয়াৰ এৱাৰ্ডক লৈ বিভিন্ন খবৰে বাতৰিৰ শিৰোনাম দখল কৰা দেখিবলৈ পোৱা গৈছে। চলিত মাহৰ ১৫ তাৰিখে ৰাজীৱ গান্ধী ইন্দোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানখনত হোষ্ট হিচাপে থাকিব বলীউডৰ কিং শ্বাহৰুখ খান।

৬৫ তম "ফিল্মফেয়াৰ এৱাৰ্ড" ৰ থকা নমিনীৰ তালিকা বাহিৰঃ 2


উক্ত ফিল্মফেয়াৰৰ বাবে বিভিন্ন শিতানত “নমিনী” সমূহ ইতিমধ্যে দৰ্শকৰ মাজত উলিয়াই দিয়া হৈছে। আগন্তুক সময়ত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠান খনৰ বাবে বৰ্তমান উৎসাহিত হৈ পৰিছে দৰ্শক সকল। তলত চাওঁক “নমিনী” ৰ নাম-

৬৫ তম "ফিল্মফেয়াৰ এৱাৰ্ড" ৰ থকা নমিনীৰ তালিকা বাহিৰঃ 3
৬৫ তম "ফিল্মফেয়াৰ এৱাৰ্ড" ৰ থকা নমিনীৰ তালিকা বাহিৰঃ 4
৬৫ তম "ফিল্মফেয়াৰ এৱাৰ্ড" ৰ থকা নমিনীৰ তালিকা বাহিৰঃ 5
৬৫ তম "ফিল্মফেয়াৰ এৱাৰ্ড" ৰ থকা নমিনীৰ তালিকা বাহিৰঃ 6
৬৫ তম "ফিল্মফেয়াৰ এৱাৰ্ড" ৰ থকা নমিনীৰ তালিকা বাহিৰঃ 7
৬৫ তম "ফিল্মফেয়াৰ এৱাৰ্ড" ৰ থকা নমিনীৰ তালিকা বাহিৰঃ 8
৬৫ তম "ফিল্মফেয়াৰ এৱাৰ্ড" ৰ থকা নমিনীৰ তালিকা বাহিৰঃ 9
৬৫ তম "ফিল্মফেয়াৰ এৱাৰ্ড" ৰ থকা নমিনীৰ তালিকা বাহিৰঃ 10
৬৫ তম "ফিল্মফেয়াৰ এৱাৰ্ড" ৰ থকা নমিনীৰ তালিকা বাহিৰঃ 11
৬৫ তম "ফিল্মফেয়াৰ এৱাৰ্ড" ৰ থকা নমিনীৰ তালিকা বাহিৰঃ 12
৬৫ তম "ফিল্মফেয়াৰ এৱাৰ্ড" ৰ থকা নমিনীৰ তালিকা বাহিৰঃ 13
৬৫ তম "ফিল্মফেয়াৰ এৱাৰ্ড" ৰ থকা নমিনীৰ তালিকা বাহিৰঃ 14
৬৫ তম "ফিল্মফেয়াৰ এৱাৰ্ড" ৰ থকা নমিনীৰ তালিকা বাহিৰঃ 15
৬৫ তম "ফিল্মফেয়াৰ এৱাৰ্ড" ৰ থকা নমিনীৰ তালিকা বাহিৰঃ 16

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.