Rupaliparda.com
থলুৱা বিহু গীতৰ সোঁৱাদেৰে মুক্তিপ্ৰাপ্ত "বহাগী"- 1

থলুৱা বিহু গীতৰ সোঁৱাদেৰে মুক্তিপ্ৰাপ্ত “বহাগী”-

শ্ৰোতাক থলুৱা বিহু গীতৰ সোঁৱাদ দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে “ওৱণ্ডাৰ চিষ্টাৰচ” ৰ যুঁটিয়ে। উক্ত যুঁটিটোৱে দৰ্শকক ইমানেই অধিক আকৰ্ষিত কৰি ৰাখিছে যে তেওঁলোকৰ আহিবলগীয়া প্ৰত্যেকটো গীত তথা তেওঁলোকে পোষ্ট কৰা প্ৰায় আপডেটত কমেন্টৰ সংখ্যা থাকে সৰ্বাধিক। গীত সমূহ সম্পূৰ্ণ ৰূপে মুক্তি লাভ কৰা পূৰ্বেই “টিক-টক” ত ট্ৰেণ্ডিং হৈ পৰে তেওঁলোকৰ গীত।

https://www.instagram.com/p/B8dF0zCBCLz/?utm_source=ig_web_copy_link


ইতিমধ্যে মুুক্তিপ্ৰাপ্ত উক্ত গীতটি লিখাৰ লগতে সুৰ আৰু সংগীত দিছে লোহিট ৰোহিটে। “বহাগী ২০২০” ত “ওৱণ্ডাৰ চিষ্টাৰচ” ৰ সৈতে অভিনয় কৰিছে দুই জনপ্ৰিয় অভিনেত্ৰী অনন্যা কাশ্যপ আৰু চুমি বৰাই। ২৪ টা হ’বলৈ নৌপাওঁতেই উক্ত গীতটিৰ ইউটিউবত ভিউৱাৰচৰ সংখ্যা পায়গৈ ৮০ হাজাৰতকৈ অধিক।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.